শেহতীয়া খবৰ
কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ নাপাই অসম চুক্তি ৰূপায়ন বিভাগক ৬ নং দফা ৰূপায়ন কমিতিয়ে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা বুলি ওলোৱা খবৰক মিছা আখ্যা...  •  বটদ্ৰৱা থানৰ নামলগোৱানী মিনতি বৰাৰ বিয়োগ  •  নীলবাগানৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা  •  দৌলাশালত কংগ্ৰেছৰ বিশাল জনজাগৰণ সভা, ''কা"খন 'শ্লো পয়জন'ৰ দৰেঃ ৰিপুন বৰা, VIDEO  •  তেজৰ অভাৱত এতিয়াৰ পৰা ওদালগুৰিত মৃত্যু নহয় ৰোগীৰ, মুকলিৰ পাছত প্ৰথমবাৰৰ বাবে ৰক্তদান শিৱিৰ ওদালগুৰি ব্লাড বেংকত  •  বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীক আক্ৰমণ! ছিউলি মহিলাৰীৰ লগত আছিল দুই পুত্ৰ জান আৰু জিউ, VIDEO  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  আছুৰ আন্দোলনক লৈ প্ৰশ্ন মেধা পাটকাৰ-সন্দীপ পাণ্ডেৰ, পাটকাৰ আৰু পাণ্ডে ছাত্ৰ সন্থাৰ অভিভাৱক নহয় আৰু হ’বও নোৱাৰেঃ আছু  •  ৪দিনৰ অসম আৰক্ষীৰ জিম্মাত শ্বাৰ্জিল ইমামক... VIDEO

মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই শুকুৰবাৰে শুভাৰম্ভ কৰিলে শ্বিলং হেৰিটেজ ৱাকৰ

313

ডিজিটেল সংবাদ, শ্বিলংঃ মেঘালয়ৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই শুকুৰবাৰে শুভাৰম্ভ কৰে শ্বিলং হেৰিটেজ ৱাকৰ। ৱাৰ্ডছ হ্ৰদৰ পৰা ৰাজভৱন হৈ পাইনউড হোটেল লৈকে যাব এই শ্বিলং হেৰিটেজ ৱাক। শুভাৰম্ভণি কৰিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বন বিভাগ আৰু পৰ্যটন বিভাগক ধন্যবাদ জ্ঞাপন কৰে।

তেওঁ কয় যে, শ্বিলং হেৰিটেজ ৱাকক আৰু সংগঠিত আৰু সুন্দৰকৈ গঢ়ি তুলিব লাগিব যাতে পৰ্যটকসকলে শ্বিলঙৰ সৌন্দৰ্য চাব পাৰে। পৰৱৰ্তী সপ্তাহৰ পৰা এই শ্বিলং হেৰিটেজ ৱাক নামৰ পথটো ৰাইজ আৰু পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ’ব।

শ্বিলং হেৰিটেজ ৱাকেৰে যাত্ৰা কৰিলে কোনো লোকে দেখিবলৈ পাব আৰ্ল চানাতৰিয়াম, খিনদাইলাড, মেঘালয় বিধানসভা, ব্ৰহ্ম সমাজ, প্ৰিছবেটেৰিয়ান গীৰ্জা, লেজিছলেটিভ কাউন্সিল বিল্ডিং, শ্বিলং ক্লাৱ, চেক্ৰেটেৰিয়েট হিলছ, পি ডব্লিউ ডি কুৱাৰ্টাৰ, অল চেইন্টছ গীৰ্জা, ৰাজভৱন, পাইনউড হোটেল আৰু ৱাৰ্ড লেক।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি