বিজেপিত খহনীয়া, এইবাৰ পদত্যাগ সভাপতি পৰ্যায়ৰ নেতাৰ

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • মেঘালয়ৰ বিজেপি নেতাৰ পদত্যাগক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • মেঘালয় বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সভাপতিয়ে পদত্যাগ কৰে শনিবাৰে।
  • সভাপতি পদৰ লগতে ছফিউৰ ৰহমানে এৰিলে বিজেপি দলো।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে পদত্যাগ কৰে তেওঁ।
  • মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতিলৈ প্ৰেৰণ কৰিলে পদত্যাগ পত্ৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন নকৰাৰ হুংকাৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in