বিজেপিৰ ৰাজ্যিক সম্পাদকৰ পদত্যাগ…

বিজেপিৰ ৰাজ্যিক সম্পাদকৰ পদত্যাগ…
  • বিজেপি দলত গৰা খহনীয়া অব্যাহত।
  • বিজেপিৰ পৰা পদত্যাগ মেঘালয় বিজেপিৰ ৰাজ্যিক সম্পাদক সন্তোষ আৰ মাৰাকৰ।
  • কোনো দলত যোগ দিয়া নাই গাৰো হিলছৰ নেতাজনে।
  • আনহাতে, বিজেপি ত্যাগ কৰি NPPত যোগদান কৰিলে বিলীয়াড চাংমাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in