শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ…

247

ডিজিটেল সংবাদ, শিলচৰঃ বুধবাৰে মেঘালয়ত পুনৰ তিনি নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰা হৈছে ৷ বাংলাদেশৰ পৰা ত্ৰিপুৰা শিলচৰ হৈ গুৱাহাটীলৈ অহাৰ পথত গ্ৰেপ্তাৰ ৷ শিলচৰ- গুৱাহাটী অভিমুখী নৈশ বাছৰ পৰা গ্ৰেপ্তাৰ ৷

কাছাৰ সীমান্তৱৰ্তী ৰাতাচোৰাত তালাচীৰ সময়ত গ্ৰেপ্তাৰ ৷ ধৃত নাইজেৰিয়ান ডেনিয়েল কেন্না আগবাছী, মেথিও ফেন্যিছুকুৱাও আৰু ভিক্টৰ য়েকেবিলি ৷ বিগত ছয় দিনত মুঠ সোতৰ জন নাইজেৰিয়ানক গ্ৰেপ্তাৰ কৰে ইষ্ট জয়ন্তীয়া হিলছ আৰক্ষীয়ে ৷

এই সোতৰ জন নাইজেৰিয়ানৰ নাছিল ভাৰতত প্ৰৱেশৰ বৈধ নথি ৷ অবৈধ ভাবে অনুপ্ৰৱেশ কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হয় নাইজেৰিয়ান কেইজনক ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি