শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

মেঘালয়ৰ পৰা অপহৰণ মানকাচৰৰ ২ ক্ষুদ্ৰ ব্যৱসায়ী

191
  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা আঠ মাইলত মানকাচৰৰ দুই ক্ষুদ্ৰ ব্যৱসায়ীক অপহৰণ।
  • সোমবাৰৰ পুৱাৰ ভাগত দুয়ো মেঘালয়লৈ গৈছিল।
  • তাৰ পাছতেই দুয়োকে অপহৰণ কৰা হয়।
  • গাৰো উগ্ৰপন্থীৰ দ্বাৰা এই অপহৰণকাণ্ড সংঘটিত হৈছে।
  • মেঘালয় আৰক্ষীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি