মেঘালয়ৰ পৰা অপহৰণ মানকাচৰৰ ২ ক্ষুদ্ৰ ব্যৱসায়ী

  • মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ তুৰা আঠ মাইলত মানকাচৰৰ দুই ক্ষুদ্ৰ ব্যৱসায়ীক অপহৰণ।
  • সোমবাৰৰ পুৱাৰ ভাগত দুয়ো মেঘালয়লৈ গৈছিল।
  • তাৰ পাছতেই দুয়োকে অপহৰণ কৰা হয়।
  • গাৰো উগ্ৰপন্থীৰ দ্বাৰা এই অপহৰণকাণ্ড সংঘটিত হৈছে।
  • মেঘালয় আৰক্ষীয়ে উদ্ধাৰৰ বাবে অভিযান চলাই আছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in