চীনৰ ৰাষ্ট্ৰপতি শ্বি জিংপিঙক দ্বিতীয় দিনা সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…VIDEO

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিংপিঙক দ্বিতীয় দিনা সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ…VIDEO
  • দুদিনীয়ী ভ্ৰমণসূচীৰে ভাৰতলৈ চীনৰ ৰাষ্ট্ৰপতি শ্বি জিংপিঙক দ্বিতীয় দিনা সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • প্ৰায় ৪০ মিনিট ধৰি তেওলোকে মিলিত হব আলাপ আলোচনাত।
  • চেন্নাইৰ Taj Fisherman's Cove hotelত অনুষ্ঠিত হৈছে এই বৈঠক।
  • এই বৈঠকৰ পিছতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ উপস্থিতিত দুয়োখন দেশৰ প্ৰতিনিধিৰ সৈতেও এক বৈঠকত বহিব দুয়োজন নেতাই।
  • ১১.৪৫ মিনিটত দুয়োজনে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব।
  • দুপৰীয়া ১২.৪৫ বজাত চেন্নাইৰ বিমান বন্দৰত উপস্থিত হব চীনৰ ৰাষ্ট্ৰপতিগৰাকী।
  • তাৰ পৰাই ১.৩০ বজাত নেপাললৈ উৰা মাৰিব ৰাষ্ট্ৰপতি শ্বি জিংপিং।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in