শেহতীয়া খবৰ
অনুষ্ঠানৰ মাজতে ভূটানৰ সাংসদক প্ৰধানমন্ত্ৰী মোডীয়ে দিলে ভুকু! চাওক VIDEO  •  অতি সংকটজনক প্ৰাক্তন বিত্তমন্ত্ৰী অৰুণ জেটলীৰ অৱস্থা...  •  মাতৃক লৈ আধুনিক যুগৰ শ্ৰৱণ কুমাৰ উপস্থিত বৰপেটাত, দৰ্শন কৰিলে বৰপেটা সত্ৰ...  •  লামডিঙত পথৰ ওপৰতেই গছ পুলি ৰুই প্ৰতিবাদ সাব্যস্ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ...  •  ৰঙামাটিত ৰাইজে আৱদ্ধ কৰি আৰক্ষীক চমজালে বৃহৎ পৰিমানৰ লালীগুড়...  •  নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস-নৱাগত আদৰণী সভাত ড° বিৰিঞ্চি কুমাৰ দাস...  •  সৰুপথাৰত তিনিশ অগপ-কংগ্ৰেছ নেতা কৰ্মী বিজেপিত যোগদান...  •  শাওন আৰু ভাদৰ সংক্ৰান্তিত হৰি নামৰ অমল ধ্বনিত মুখৰিত বটদ্ৰৱা থান..VIDEO  •  ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস...  •  ন-পুৰণি ছাত্ৰৰ মিলনস্থলীলৈ ৰূপান্তৰিত হ'ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাধৱ বেজবৰুৱা ১নং ছাত্ৰাৱাস...

১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

543
  • ১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক।
  • বিয়লি ৩ বজাত দিল্লীত অনুষ্ঠিত হ’ব এই বৈঠকখন।
  • বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক এই বৈঠকৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছিল  কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি