১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক

  • ১ ফেব্ৰুৱাৰীত উত্তৰ-পূবৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ বৈঠক।
  • বিয়লি ৩ বজাত দিল্লীত অনুষ্ঠিত হ'ব এই বৈঠকখন।
  • বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আলোচনা হোৱাৰ সম্ভাৱনা।
  • উল্লেখ্য যে, কিছুদিনৰ পূৰ্বে মেঘালয় আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীক এই বৈঠকৰ সন্দৰ্ভত আশ্বাস প্ৰদান কৰিছিল  কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in