শেহতীয়া খবৰ
অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...  •  গহপুৰৰ খাৰৈ নদীত সন্ধানহীন এগৰাকী বন্যাৰ্ত...

দৰৱেও মাতে স্বাস্থ্যৰ বাবে বিপদ! চৰকাৰে নিষিদ্ধ কৰিলে ৩২৮ বিধ ঔষধ

318

ডিজিটেল ডেস্কঃ ড্ৰাগছ এডভাইজৰী বৰ্ডৰ আবেদনক অনুমোদন জনাই কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে নিষিদ্ধ কৰিলে ৩২৮বিধ ঔষধ। তাৰে ভিতৰত কেইটামান হৈছে ছেৰীদেন টেবলেট, কফচিৰাপ, ফেন্সিদাইল, ডিক’ল্ড টোটেল ইত্যাদি।

ৰোগীৰ স্বাস্থ্যৰ বাবে এই ঔষধ সমূহ হানিকাৰক বুলি প্ৰমাণিত হোৱাৰ পাছতে নিষিদ্ধ কৰাৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ জাৰি কৰা হৈছে এই নিৰ্দেশনা। এনেদৰে ঔষধ বন্ধ কৰাৰ পাছতে এতিয়া লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে বিক্ৰেতাসকল।

ইয়াৰ ফলত লোকচানৰ পৰিমাণ প্ৰায় ২৫০০ টকা হ’ব বুলি অনুমান কৰা হৈছে। ইফালে, এনেদৰে ঔষধ কেইবিধৰ বিক্ৰী নিষিদ্ধ কৰাৰ ফলত সমগ্র দেশজুৰি সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি