উত্তৰ প্ৰদেশৰ নাৰীজনিত অপৰাধ সন্দৰ্ভত আলোচনাৰ বাবে ৰাজভৱনত উপস্থিত মায়াৱতী

উত্তৰ প্ৰদেশৰ নাৰীজনিত অপৰাধ সন্দৰ্ভত আলোচনাৰ বাবে ৰাজভৱনত উপস্থিত মায়াৱতী
  • উত্তৰ প্ৰদেশত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধক লৈ চৰকাৰক সমালোচনা বিএছপিৰ অধ্যক্ষা মায়াৱতীৰ।
  • নাৰীক সুৰক্ষা প্ৰদানত যোগী আদিত্যনাথৰ চৰকাৰ বিফল হোৱা বুলি অভিযোগ মায়াৱতীৰ।
  • উন্নাৱত নিৰ্যাতিতা যুৱতীৰ মৃত্যুত শোক প্ৰকাশ কৰে নেত্ৰীগৰাকীয়ে।
  • ৰাজ্যখনৰ নাৰীজনিত অপৰাধ সন্দৰ্ভত আলোচনাৰ বাবে শনিবাৰে ৰাজ্যপাল আনন্দিবেন পেটেলক সাক্ষাৎ কৰে মায়াৱতীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in