শেহতীয়া খবৰ
আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান  •  পবিত্ৰ ভাদ মাহৰ আজি অন্তিম দিন, শ শ তালৰ শব্দৰে মুখৰিত বটদ্ৰৱা থান...  •  মেঘালয়ত পুনৰ ৩ নাইজেৰিয়ান আৰক্ষীৰ জালত , এতিয়ালৈকে ১৭ জনক গ্ৰেপ্তাৰ...

সুমতি নহ’ল ৰাজ্যৰ বিদ্যুৎ বিভাগৰ, মায়ঙত ছিগা তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটিলে ভাতৃ-ভগ্নীয়ে

222
  • পুনৰ বিদ্যুৎ বিভাগে প্ৰাণ ল’লে দুজন লোকৰ। .
  • এইবাৰ প্ৰাণ গ’ল ভাতৃ-ভগ্নীৰ।
  • মায়ঙত এই ঘটনা সংঘটিত হৈছে।
  • বিদ্যুতৰ তাঁৰত লাগি প্ৰাণ গ’ল ২ ভাতৃ-ভগ্নীৰ।
  • নিহত দুয়োজনকে সত্যৰঞ্জন সৰকাৰ আৰু সুলতা সৰকাৰ বুলি চিনাক্ত।
  • ছিগি পৰি আছিল বিদ্যুতৰ তাঁৰ।
  • সেই তাঁৰত লাগি প্ৰাণ হেৰুৱাই দুয়োজনে।
  • প্ৰথমে ছিগা তাঁৰত লাগিছিল ভাতৃ সত্যৰঞ্জন সৰকাৰ।
  • তেওঁক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱাই সুলতাই।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি