সুমতি নহ’ল ৰাজ্যৰ বিদ্যুৎ বিভাগৰ, মায়ঙত ছিগা তাঁৰত লাগি কৰুণ মৃত্যুক সাৱটিলে ভাতৃ-ভগ্নীয়ে

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • পুনৰ বিদ্যুৎ বিভাগে প্ৰাণ ল'লে দুজন লোকৰ। .
  • এইবাৰ প্ৰাণ গ'ল ভাতৃ-ভগ্নীৰ।
  • মায়ঙত এই ঘটনা সংঘটিত হৈছে।
  • বিদ্যুতৰ তাঁৰত লাগি প্ৰাণ গ'ল ২ ভাতৃ-ভগ্নীৰ।
  • নিহত দুয়োজনকে সত্যৰঞ্জন সৰকাৰ আৰু সুলতা সৰকাৰ বুলি চিনাক্ত।
  • ছিগি পৰি আছিল বিদ্যুতৰ তাঁৰ।
  • সেই তাঁৰত লাগি প্ৰাণ হেৰুৱাই দুয়োজনে।
  • প্ৰথমে ছিগা তাঁৰত লাগিছিল ভাতৃ সত্যৰঞ্জন সৰকাৰ।
  • তেওঁক ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱাই সুলতাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in