মায়াৱতী আৰু যোগী আদিত্যনাথে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচন আয়োগৰ বাধা

মায়াৱতী আৰু যোগী আদিত্যনাথে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচন আয়োগৰ বাধা
  • নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক।
  • বিএছপিৰ নেতৃ মায়াৱতীৰ ক্ষেত্ৰতো দিয়া হৈছে এই বাধা।
  • নিৰ্বাচনী সভাত দিয়া মন্তব্য আৰু নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত আয়োগে লৈছে এই কঠোৰ পদক্ষেপ।
  • যোগী আদিত্যনাথে মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা ৭২ ঘন্টালৈ চলাব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰ।
  • অনুৰূপ ধৰণেই এই সময়ৰ পৰাই ৪৮ ঘন্টাৰ বাবে মায়াৱতীয়ে ল'ব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in