শেহতীয়া খবৰ
বিশ্বকাপত সৰ্বাধিক ছয় কোবাই বিশ্ব ৰেকৰ্ড গঢ়িলে ইয়ন মৰ্গেনে  •  জম্মু কাশ্মীৰৰ পুলৱামাত গ্ৰেনেড বিস্ফোৰণ, ৩ জনৰ অৱস্থা সংকটজনক  •  মঙলদৈত বিপদজনক অৱস্থাত ট্ৰেন্সফৰ্মাৰঃ কুম্ভকৰ্ণ নিদ্ৰাত বিদ্যুৎ বিভাগ  •  খাতিকুছিত আছুৰ উদোগত ৬৫ কৃৰ্তীমানক সম্বৰ্ধনা  •  অসম-মেঘালয় সীমান্তত গোৱালপাৰা জিলা বন সংমণ্ডলৰ অভিযান, আঢ়ৈ লাখ টকা মূল্যৰ শাল গছৰ কুণ্ডাসহ বাহন জব্দ  •  সিদ্ধাৰ্থ ভট্টাচাৰ্য নহয়, শিক্ষামন্ত্ৰী হ'ব লাগে হিমন্ত বিশ্ব শৰ্মাঃ ৰাজ্যজুৰি টেট শিক্ষকৰ প্ৰতিবাদ  •  মাৰ্ঘেৰিটাত "থুপিতৰা" নামৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন মহকুমাধিপতিৰ  •  লোকসভাৰ প্ৰাক্তন অধ্যক্ষা সুমিত্ৰা মহাজনক সাক্ষাৎ কৰিলে এন ডি এৰ লোকসভাৰ অধ্যক্ষ পদৰ প্ৰাৰ্থী ওম বিৰলাই  •  টেট শিক্ষকৰ প্ৰতিবাদত উত্তাল বৰপেটা...  •  ক্ৰিকেট বিশ্বকাপ ২০১৯ঃ ইংলেণ্ডে ৩৯৮ ৰানৰ লক্ষ্য বান্ধি দিছে আফগানিস্তানৰ সন্মুখত...

মায়াৱতী আৰু যোগী আদিত্যনাথে চলাব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰ! নিৰ্বাচন আয়োগৰ বাধা

949
  • নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰ চলোৱাত বাধা দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক।
  • বিএছপিৰ নেতৃ মায়াৱতীৰ ক্ষেত্ৰতো দিয়া হৈছে এই বাধা।
  • নিৰ্বাচনী সভাত দিয়া মন্তব্য আৰু নিৰ্বাচনী আচৰণ বিধি ভংগৰ অপৰাধত আয়োগে লৈছে এই কঠোৰ পদক্ষেপ।
  • যোগী আদিত্যনাথে মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা ৭২ ঘন্টালৈ চলাব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰ।
  • অনুৰূপ ধৰণেই এই সময়ৰ পৰাই ৪৮ ঘন্টাৰ বাবে মায়াৱতীয়ে ল’ব নোৱাৰিব কোনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি