ৰাজ্যৰ মাটি দালাল বিৰুদ্ধে অভিযানঃ আটক ৪০০ ৰো অধিক দালাল…

ৰাজ্যৰ মাটি দালাল বিৰুদ্ধে অভিযানঃ আটক ৪০০ ৰো অধিক দালাল…

  • ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ তীব্ৰ অভিযান।
  • সোমবাৰে নিশা ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ৪ শতাধিক মাটিৰ দালালক।
  • কামৰূপ মহানগৰ জিলাত আটক কৰা হৈছে ২২ টা মাটিৰ দালালক।
  • কামৰূপ গ্ৰাম্য জিলাত আটক কৰা হৈছে ৫২ টা দালালক।
  • পাটাছাৰকুছি থানাত ১৮ টা মাটিৰ দালালক সোধা-পোছা।
  • নলবাৰীত সাংবাদিকসহ আটক ২০ টা মাটিৰ দালাল।
  • ডিব্ৰুগড়ত আটক কৰা হৈছে ১৮ টা দালালক।
  • বৰপেটাত আটক হৈছে ৬ টা মটিৰ দালাল।
  • দেৰগাঁৱটো আটক কৰা হৈছে কেইবাটাও দালালক।
  • একেদৰে বঙাইগাঁৱত ১৪ টা আৰু যোৰহাটত ৯ টা দালালক নিশাই আটক কৰা হৈছে।
  • লখিমপুৰত ১৩ টা, ধুবুৰীত ৮ টা, বিশ্বনাথত ১৪ টা দালালক আটক কৰিছে আৰক্ষীয়ে।
  • আটকাধীন মাটিৰ দালাল বোৰক সোধাপোছা অব্যাহত ৰাখিছে।
  • আটক হোৱা দালালৰ মাজত আছে বহু সম্ভ্ৰান্ত ব্যক্তিষ
  • ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠানৰ সৈতে জড়িত ব্যক্তিও মাটিৰ দালালৰ অভিযোগত আটক হৈছে।
  • ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে এই অভিযান চলাইছে।
  • মঙ্গলবাৰৰ দিনটোৰ ভিতৰত আৰু অধিক দালাল আটকহোৱাৰ সম্ভাৱনা আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in