মথুৰাপুৰত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন…

মথুৰাপুৰত অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থী পালন…

ডিজিটেল সংবাদ মথুৰাপুৰঃ সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাৰ মথুৰাপুৰতো উলহ মালহেৰে উদযাপন কৰা হৈছে পৱিত্ৰ গনেশ চতুৰ্থী। চৰকাৰে বান্ধি দিয়া নিয়ম অনুযায়ী প্ৰতি বছৰৰ দৰে এইবোৰ মথুৰাপুৰ ৰাজহুৱা পূজা মণ্ডপত ধৰ্মীয় ৰীতি-নীতি মাজৰে পালিত হৈ সিদ্ধিদাতা গণেশৰ জন্মোৎসৱ ৷

মথুৰাপুৰৰ কেইগৰাকীমান উদ্যমী যুৱকৰ উদ্যোগত অনুষ্ঠিত গনেশ চতুৰ্থীৰ পূজা মণ্ডপত সীমিত সংখ্যক ভক্তৰ উপস্থিত পৰম্পৰাগত ভাৱে পালিত হব বুলি উদ্যোক্তাই জানিবলৈ দিছে ৷ আনহাতে মথুৰাপুৰ লাচিতনগৰত থকা গনেশ মন্দিৰতো অনুষ্টুপীয়াকৈ গনেশ চতুৰ্থীৰ পালন কৰা বুলি জানিব পৰা গৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in