পুৱাই মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন…

পুৱাই মথুৰাপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত এজন…
  • বুধবাৰে পুৱা মথুৰাপুৰ মাজগাঁৱত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷
  • দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় এগৰাকী ব্যক্তি ৷
  • এএছ ২৩ আৰ ৫৪৬২ নম্বৰৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা মৰাত দুৰ্ঘটনা সংঘটিত হয় ৷
  • আহত হোৱা চালক গৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ নিয়া হয় ৷
  • এজন মটৰচাইকেল আৰোহীক ৰক্ষা কৰিবলৈ লওঁতেই দুৰ্ঘটনাটো সংঘটিত হয় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in