পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড…

পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড…
  • পলাশবাৰীৰ হুদুমপুৰত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা চিয়াঁহী উদ্যোগত সংঘটিত হয় এই ভয়াৱহ অগ্নিকাণ্ড।
  • কন্ট্রোল প্রিণ্ট নামৰ চিয়াঁহী উদ্যোগত এই অগ্নিকাণ্ড।
  • কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নুমুওৱাৰ চেষ্টা অব্যাহত।
  • উদ্যোগটোৰ পৰা কাষৰ আবাসিক এলেকালৈ জুই সম্প্রসাৰিত হোৱাৰ আশংকা।
  • কেনেকৈ এই অগ্নিকাণ্ডৰ সূত্রপাত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in