মহানগৰীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড…

মহানগৰীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড…

  • মহানগৰীৰ নুনমাটিত বিধ্বংসী অগ্নিকাণ্ড।
  • এটা তিনিমহলীয়া অট্টালিকাত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • অট্টালিকাটোৰ ওপৰত আছিল বহু কেইটা টৰ্জা বেৰৰ ঘৰৰ।
  • অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহ।
  • দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে নিৰ্বাপিত কৰিলে জুই।
  • বহু সামগ্ৰী, বয়বস্তুৰ ক্ষতি। অ
  • অৱশ্যে কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in