কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ভস্মীভূত ৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠান…

কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ডঃ ভস্মীভূত ৫ খন ব্যৱসায়ীক প্ৰতিষ্ঠান…
  • কলিয়াবৰৰ কুঠৰীত ভয়ংকৰ অগ্নিকাণ্ড।
  • অগ্নিকাণ্ডৰ ফলত ভস্মীভূত হ'ল ৫ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
  • স্থানীয় ৰাইজৰ সন্দেহ এখন হোটেলৰ গেছ চিলিণ্ডাৰৰ পৰা সংঘটিত হৈছে এই অগ্নিকাণ্ড।
  • স্থানীয় ৰাইজৰ অভিযোগ বহু পলমকৈ উপস্থিত হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন।
  • স্থানীয় ৰাইজে অঞ্চলটোত প্ৰয়োজনৰ সময়ত অগ্নি নিৰ্বাপক বাহিনীৰ বাহন লাভ নকাৰৰ অভিযোগ।
  • এই অগ্নিকাণ্ডৰ পাছতে পুনৰ এই অঞ্চলত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in