শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

পল্টনবজাৰ ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমানৰ বাৰ্মিছ ছুপাৰী…

  • গুৱাহাটীৰ পল্টনবজাৰ ৰেল ষ্টেচনত উদ্ধাৰ বৃহৎ পৰিমানৰ বাৰ্মিছ ছুপাৰী।
  • শনিবাৰে মাজনিশা এই ছুপাৰীখিনি জব্দ কৰা হয়।
  • জিআৰপি আৰু আৰপিএফৰ যৌথ অভিযানত জব্দ কৰা হয় এই ছুপাৰীখিনি।
  • জানিব পৰা মতে, আগৰতলাৰ পৰা অনা হৈছিল এই ছুপাৰীখিনি।
  • অৱশ্যে জব্দকৃত ছুপাৰীখিনিৰ বজাৰমূল্য বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
  • কাঞ্চনজংঘা এক্সপ্ৰেছত জব্দ কৰা হৈছে এই ছুপাৰীখিনি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি