শেহতীয়া খবৰ
নাথ যোগী জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত স্মাৰকপত্ৰ প্ৰদান  •  ৰাজপথত কুকুৰৰ মুখত নৱজাতক, চি চি টিভিত বন্দী হৈছে VIDEO  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা, UPDATES  •  মুখ্যমন্ত্ৰীৰ ভাষণত জাতি-মাটি-ভেটি শ্ল'গানৰ পৰা হেৰাল জাতি  •  শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কিমান সুৰক্ষিত ইভিএম? ছাইবাৰ বিশেষজ্ঞৰ দাবী- ২০১৪ত হেক হৈছিল ইভিএম  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল

হীৰেণ গোহাঁই, অখিল গগৈ, মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’বলৈ দাবী মাছৰ

131
  • প্ৰখ্যাত বুদ্ধিজীৱী হীৰেণ গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে তৰা ৰাষ্ট্ৰদ্ৰোহৰ গোচৰক নিন্দনীয় আখ্যা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ।
  • সংগঠনটোৰ হৈ সচিব প্ৰধান প্ৰণৱ জ্যোতি চেতিয়া আৰু অধ্যক্ষ বৈকুণ্ঠ শইকীয়াই এক বিবৃতিযোগে তীব্ৰ গৰিহণা দিয়ে বিজেপি চৰকাৰক।
  • অসমীয়া জাতি সত্তাক মষিমূৰ কৰিবলৈ চৰকাৰে এক চক্ৰান্ত ৰচা বুলি অভিযোগ সংগঠনটোৰ।
  • শীঘ্ৰে এই গোচৰ উঠাই নল’লে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি