হেম চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে মাস্ক চেনিটাইজাৰ বিতৰন আৰু কোৰোনা সজাগতা সভা…

হেম চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে মাস্ক চেনিটাইজাৰ বিতৰন আৰু কোৰোনা সজাগতা সভা…

ডিজিটেল ডেস্ক : শনিবাৰে হেমকোষ প্ৰণেতা.ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱাৰ ১২৪ সংখ্যক মৃত্যু বাৰ্ষিকী । দুৰ্নীতি বিৰোধী যুৱ শক্তিয়ে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰে । ভাষাৰ ওজা হেম চন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে সংগঠনটোৱে লক্ষীমপুৰ জিলা সমিতিৰ সহযোগত এখন সজাগতা সভা অনুষ্ঠিত কৰিব ।

সংগঠনটোৱে বঙালমাৰা আঞ্চলিকত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰাৰ লগতে কোৰোনা ভাইৰাছৰ মহামাৰী সন্দৰ্ভত এলানি সজাগতা সভা অনুষ্ঠিত কৰা হয় । বঙালমাৰা দীনবন্ধু আদৰ্শ বিদ্যালয়ত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in