কলিয়াবৰৰ ভোট গণনা কেন্দ্ৰত তীব্ৰ উত্তেজনা, চাওক ভিডিঅ’

কলিয়াবৰৰ ভোট গণনা কেন্দ্ৰত তীব্ৰ উত্তেজনা, চাওক ভিডিঅ’

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰৰ ভূৰবন্ধা গাঁও পঞ্চায়তৰ গণনা কক্ষত সৃষ্টি হয় তীব্ৰ উত্তেজনা। কংগ্ৰেছ সমৰ্থকে ভোট কেন্দ্ৰটোত ৰিগিং কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপি সমৰ্থকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আনহাতে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকৰ তৰ্কত লিপ্ত হোৱাত পিছলৈ পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰে। ভোট কেন্দ্ৰটোত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল, চাওক সেয়া-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in