মৰিয়নীত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

মৰিয়নীত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য
  • মৰিয়নীত অচিনাক্ত কিশোৰীৰ মৃতদেহ উদ্ধাৰ।
  • নিউ সোণোৱালৰ দিচৈভেলী বনাঞ্চলত উদ্ধাৰ হৈছে মৃতদেহটো। 
  • বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়।
  • চিৰাখাটি নৈৰ পানী যুঁৱলিত একাংশ লোকে প্ৰত্যক্ষ কৰে কিশোৰীগৰাকীৰ মৃতদেহ।
  • কোনো দুৰ্বৃত্তই কিশোৰীগৰাকীক হত্যা কৰাৰ সন্দেহ স্থানীয় লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in