মৰিয়নীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

মৰিয়নীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য
  • মৰিয়নীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • চেলেংহাটত উদ্ধাৰ হৈছে এটা মৃতদেহ।
  • লুখুৰাখন গাঁৱৰ এখন পথাৰত উদ্ধাৰ হৈছে মৃতদেহটো।
  • বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো।
  • একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • তাৰ পিছতে খবৰ দিয়া হয় আৰক্ষীক।
  • কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in