শেহতীয়া খবৰ
কালিলৈকে পদপথত গান গোৱা ৰাণু মণ্ডল হ’ল বলিউডৰ গায়িকা...  •  এশ গৰু মাৰিলে বাঘৰো মৰণ! বটদ্ৰৱাত আটক হ'ল দুই ছাগলী চোৰ  •  তামুলপুৰৰ নাগ্ৰীজুলিত উদ্ধাৰ অৰ্ধগলিত মৃতদেহ...  •  বাহুবলী ট্ৰেফিক পুলিচ! কোকৰাঝাৰত ঘোচা মাৰি ভাঙিলে মহিলাৰ মুখ, VIDEO  •  শুদ্ধ এন আৰ চিৰ বাবে প্ৰতীক হাজেলাৰ বিৰুদ্ধে লোকজাগৰণ মঞ্চৰ প্ৰতিবাদ  •  অসম-মেঘালয় সীমান্তৱৰ্তী মেঘালয়ৰ জিঞ্জিৰামত মহিলাৰ মৃতদেহ উদ্ধাৰ, স্বামীয়ে হত্যা কৰি পেলাই দিয়াৰ সন্দেহ  •  গোলাঘাটৰ নাওজানত ডিটেনচন কেম্পলৈ প্ৰেৰণ এজনক  •  টীম ইণ্ডিয়াৰ বেটিং, বলিং আৰু ফিল্ডিঙৰ বাবে ৩জনকৈ প্ৰশিক্ষকৰ নাম মনোনীত...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...  •  চন্দ্ৰযান-২ৰ সফলতা, পৃথিৱীলৈ পঠিয়ালে প্ৰথমখন চন্দ্ৰৰ ফটো...

মৰিয়নীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য

46
  • মৰিয়নীত মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
  • চেলেংহাটত উদ্ধাৰ হৈছে এটা মৃতদেহ।
  • লুখুৰাখন গাঁৱৰ এখন পথাৰত উদ্ধাৰ হৈছে মৃতদেহটো।
  • বৰ্তমানলৈকে চিনাক্ত হোৱা নাই মৃতদেহটো।
  • একাংশ স্থানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
  • তাৰ পিছতে খবৰ দিয়া হয় আৰক্ষীক।
  • কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই যোৱাৰ সন্দেহ আৰক্ষীৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি