শেহতীয়া খবৰ
মাৰ্ঘেৰিটাস্থিত জিইএল চাৰ্চত উত্তপ্ত পৰিস্থিতি  •  নসত্ৰত এহেজাৰ গছপুলি ৰোপণ কৰি প্লাষ্টিক বৰ্জনৰ আহ্বান ভাৰতীয় ষ্টেট বেংকৰ  •  অসম সাহিত্য সভাৰ ৭৫সংখ্যক শুৱালকুছি অধিবেশনত বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শন কৰিবলৈ আহ্বান মৃণালিনী দেৱীৰ  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস...  •  টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অভিনন্দন অনুষ্ঠান, বৃত্তিগতভাৱে সফল ব্যক্তি হোৱাৰ পূৰ্বে ভাল মানুহ হোৱাৰ আহ্বান...  •  নগাঁৱৰ টেঙাপানী বনভোজস্থলীত ভয়ংকৰ পৰিৱেশ, পানীৰ মাজত আবদ্ধ বিলাসী বাহন, VIDEO  •  হাউডী মোডী অনুষ্ঠানত উপস্থিত মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প...  •  চৌদী আৰৱৰ ৰাজকুমাৰৰ বিমানেৰে নিউয়ৰ্কত উপস্থিত পাক প্ৰধানমন্ত্ৰী ইমৰান খান...  •  হাউডী মোডীঃ হিউষ্টনৰ এন আৰ জি ষ্টেডিয়ামত উপস্থিত প্রধানমন্ত্ৰী মোডী... চাওঁক VIDEO

ৰাজ্যিক পৰ্যায়ৰ কৃতী শিক্ষয়ত্ৰী বঁটাৰ বাবে মনোনিত মাৰ্ঘেৰিটাৰ অৰ্চনা বৰুৱা

163

ডিজিটেল সংবাদ, মাৰ্ঘেৰিটাঃ ৫ ছেপ্তেম্বৰত সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস৷ ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনৰ লগত সংগতি ৫ ছেপ্তেম্বৰৰ দিনটোত ভাৰত চৰকাৰে কৃত্তি শিক্ষক -শিক্ষয়ত্ৰী সকলক বিশেষ সন্মানেৰে সন্মানিত কৰি সম্বৰ্ধনা জনাই আহিছে৷ এইবছৰ মাৰ্ঘেৰিটা মহকুমাৰ ১ নং আলুবাৰীস্থিত প্ৰাৰ্থমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী অৰ্চনা বৰুৱাই এই বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

১৯৭৫ চনতে প্ৰাদেশীকৃত হোৱা আলুবাৰীস্থিত প্ৰাৰ্থমিক বিদ্যালয়ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈ অৰ্চনা বৰুৱাই মানস সম্পদ গড় দিয়াত অহোপুৰুষাৰ্থ কৰি আহিছে৷ এইবাৰ শিক্ষয়ত্ৰী গৰাকীয়ে ৰাষ্ট্ৰীয় পুৰষ্কাৰে সন্মানিত হোৱাৰ কথা জানিব পাৰি উৎফুল্লিত হৈ পৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজ৷ অহা ১ চেপ্তেম্বৰত এই বঁটা গ্ৰহণ কৰিবৰ বাবে শিক্ষয়ত্ৰী গৰাকী দিল্লীলৈ ৰাওনা হ’ব৷ আছুকে ধৰি বিভিন্ন অ-ৰাজনৈতিক দল-সংগঠন সমূহে শিক্ষয়ত্ৰী গৰাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি