শেহতীয়া খবৰ
অনানুষ্ঠানিক শিক্ষা আৰম্ভ কৰাৰ উদ্দেশ্যে চৰকাৰৰ গাইডলাইন প্ৰকাশ...  •  লেবেননৰ ৰাজধানী বেইৰুটত দুটাকৈ ভয়ংকৰ বিস্ফোৰণৰ ঘটনা...VIDEO  •  পুনৰ ২৮৮৬জনৰ দেহত কোভিড-১৯ঃ ৫৫০জন কামৰূপ মেট্ৰৰ, ৰাজ্যত আক্ৰান্তৰ সংখ্যা ৪৮,১৬১লৈ বৃদ্ধি...  •  গোৱালপাৰাত ৫ শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে কোভিড-১৯ত আক্ৰান্ত ৰোগীয়ে, অদ্যাপি ৩২০ গৰাকী ৰোগী কোৰোনামুক্ত...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু...  •  পানীখাইতিত পঞ্চ আৰু চয়াবিন ফেক্টৰীত ভয়ানক অগ্নিকাণ্ড...VIDEO  •  আলাবৈ ৰণৰ ৩৫১ বছৰঃ বুধবাৰে ১০ হাজাৰ বীৰ ছহিদলৈ সামৰিক শ্ৰদ্ধাঞ্জলি...  •  আৰণ্যকৰ মাতৃ লীনা শৰ্মা অত্যন্ত সুখী, কিন্তু...  •  কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ দেহত কোভিড-১৯ পজিটিভ...  •  দিল্লী আৰক্ষীৰ কণিষ্টবল ইউ পি এছ চি পৰীক্ষাত ৬৪৫ নম্বৰ স্থানত উত্তীৰ্ণ...

মনোৰঞ্জন কাকতিক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি

334
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি দিয়া হৈছে।
  • মঙলবাৰে নিযুক্তি দিয়া হয় নতুন সচিব।
  • নৱ নিযুক্ত সচিব মনোৰঞ্জন কাকতিয়ে গ্ৰহণ কৰিলে দায়িত্বভাৰ।
  • কাকতিক অতিৰিক্ত হিচাপে দিয়া হৈছে এই দায়িত্ব।
  • প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে মনোৰঞ্জন কাকতিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি