মনোৰঞ্জন কাকতিক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি

ফাইল ফটো
ফাইল ফটো
  • অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ নতুন সচিব নিযুক্তি দিয়া হৈছে।
  • মঙলবাৰে নিযুক্তি দিয়া হয় নতুন সচিব।
  • নৱ নিযুক্ত সচিব মনোৰঞ্জন কাকতিয়ে গ্ৰহণ কৰিলে দায়িত্বভাৰ।
  • কাকতিক অতিৰিক্ত হিচাপে দিয়া হৈছে এই দায়িত্ব।
  • প্ৰাথমিক শিক্ষা বিভাগৰ উপ-সঞ্চালক পদত কাৰ্যনিৰ্বাহ কৰি আছে মনোৰঞ্জন কাকতিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in