শেহতীয়া খবৰ
অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া • নেপালত কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ১,০৪২ গৰাকীলৈ বৃদ্ধি... • অসমত নতুনকৈ ৩৩ জন লোকৰ দেহত কোৰোনা ভাইৰাছ, ৮৩১লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা...

যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ…

আমবাৰীত তলা ওলমোৱা মন্টুৰ প্ৰতিবাদত হাহাকৰ পৰিস্থিতি...

625
  • বিজেপিৰে মিত্ৰতাৰ বিৰুদ্ধে এজন অগপ কৰ্মীৰ প্ৰতিবাদ।
  • যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰ্মীগৰাকীৰ।
  • অগপ কৰ্মী মন্টু দত্তই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।

  • মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি।
  • কিছুদিন পূৰ্বে অগপৰ আমবাৰীৰ কাৰ্যালয়ত তলা ওলমাইছিল মন্টু দত্ত।
  • মণ্টু দত্তৰ এই আকস্মিক প্ৰতিবাদত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি