যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ…

যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মন্টু দত্তৰ অৰ্ধ উলংগ প্ৰতিবাদ…
  • বিজেপিৰে মিত্ৰতাৰ বিৰুদ্ধে এজন অগপ কৰ্মীৰ প্ৰতিবাদ।
  • যোৰহাটৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰ্মীগৰাকীৰ।
  • অগপ কৰ্মী মন্টু দত্তই সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী।
  • মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৃষ্টি হয় উত্তেজনাপূৰ্ণ পৰিস্থিতি।
  • কিছুদিন পূৰ্বে অগপৰ আমবাৰীৰ কাৰ্যালয়ত তলা ওলমাইছিল মন্টু দত্ত।
  • মণ্টু দত্তৰ এই আকস্মিক প্ৰতিবাদত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in