কংগ্ৰেছ শাসনাধিষ্ঠিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৈঠক…

কংগ্ৰেছ শাসনাধিষ্ঠিত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৈঠক…
  • দিল্লীত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বৈঠক।
  • কংগ্ৰেছ আৰু মিত্ৰদল শাসনাধিষ্ঠিত ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে বৈঠকত বহে ড০ সিং।
  • বৈঠকত উপস্থিত ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী।
  • কৰ্ণাটকৰ কংগ্ৰেছ মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী এইছ ডি কুমাৰ স্বামীয়েও উপস্থিত আছে বৈঠকত।
  • ইফালে বৈঠকত অংশ লোৱা নাই পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে।
  • স্বাস্থ্যজনিত কাৰণত বৈঠকত অংশ লোৱাৰ পৰা বিৰত আছে পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকী।
  • কংগ্ৰেছ শাসকীয় ৰাজ্যখনত দলৰ আগন্তুক পৰিকল্পনা সন্দৰ্ভত বৈঠকত আলোচনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in