শেহতীয়া খবৰ
গুৱাহাটীবাসীয়ে লাভ কৰিব আন এখন উৰণীয়া সেতুঃ জু-ৰোডত আৰম্ভ নিৰ্মাণকাৰ্য...  •  দিল্লীত হ্ৰাস পাইছে কোৰোনাঃ কাৰ্ফিউ শিথিলতাৰ প্ৰস্তাৱত অনুমোদন...  •  অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...

ডেংগুত আক্ৰান্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং ..

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং আক্ৰান্ত হৈছে ডেংগুত। কিন্তু প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ। দিল্লী এইমছৰ চিকিতসকে সিঙৰ স্বাস্থ্যৰ সন্দৰ্ভত ইতিমধ্যে বুলেটিন প্ৰকাশ কৰি অৱগত কৰিছে যে, প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ স্বাস্থ্য বৰ্তমান সংকটমুক্ত। উল্লখ্য যে, স্বাস্থ্যৰ অৱনতিৰ বাবে যোৱা বুধবাৰে তেওঁক ভৰ্তি কৰ হৈছিল দিল্লী এইমছত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি