এইবাৰ শাক পাচলি কঢ়িওৱা বাহনত নিচা জাতীয় টেবলেট উদ্ধাৰ..

এইবাৰ শাক পাচলি কঢ়িওৱা বাহনত নিচা জাতীয় টেবলেট উদ্ধাৰ..
  • মানকাচৰৰ অসম মেঘালয় সীমান্তত আৰক্ষী-চি আৰ পি এফৰ নাকা চেকিং।
  • এই চেকিঙত বৃহৎ পৰিমাণৰ নিচা জাতীয় টেবলেট সহ গ্ৰেপ্তাৰ ৬ জনক।
  • জব্দ এম এল ০৮ জি ৬২০৩ নম্বৰৰ এখন মাল ভৰ্তি পিক আপ ভেন।
  • এখন শাক পাচলিৰ বাহনত উদ্ধাৰ হয় নিচা জাতীয় টেবলেটখিনি।
  • মানকাচৰৰ কুচনিমাৰা জোৰডাঙ্গা এলেকাৰ পৰা নিশা প্ৰায় ১.৩০ বজাত শাক পাচলি লৈ মেঘালয়লৈ গৈ আছিল পিক আপ ভানখন।
  • বাহনখনৰ পৰা উদ্ধাৰ হৈছে ৬০০ টা WY YUBA টেবলেট।
  • আৰক্ষীয়ে গাড়ী চালক সহ ৬ টেবলেট সৰ্বৰাহকাৰী গ্ৰেপ্তাৰ কৰিছে।
  • গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজনৰ নাম মোকছেদুল হক ( গাড়ী চালক), ৰাজু বেপাৰী, মনোৱাৰ হুছেইন, আখিৰুল ইছলাম, নুৰ নবী আৰু ছেলিম মিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in