এসপ্তাহ ধৰি মোবাইল অফ! মানকাচৰত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰেমিকাৰ প্ৰতিবাদ

এসপ্তাহ ধৰি মোবাইল অফ! মানকাচৰত প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰেমিকাৰ প্ৰতিবাদ
  • মানকাচৰত প্ৰেমিকৰ ঘৰৰ সন্মুখত অনশনত বহিল প্ৰেমিকা।
  • বিয়াৰ প্ৰলোভনেৰে এবছৰ ধৰি সতীত্ব হৰণ কৰি প্ৰেমিকে বিভিন্ন ঠাইত ঘূৰাই ফুৰাৰ অভিযোগ।
  • পলাতক প্ৰেমিকৰ নাম মেহবুব ইছলাম।
  • দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত ঠাকুৰণ বাৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে।
  • ফুল বাবুৰ পুত্ৰ মেহেবুব ইছলামে বিগত এবছৰ ধৰি জোৰডাঙ্গা গাঁৱৰ প্ৰেমিকাগৰাকীক বিয়াৰ প্ৰলোভন দি সময়ে সময়ে বিভিন্ন ঠাইত মাতি নি সতীত্ব হৰণ কৰি অহাৰ গুৰুত্বৰ অভিযোগ।
  • ইফালে হঠাৎ প্ৰেমিক মেহবুব ইছলামে যুৱতীগৰাকীৰ সৈতে কিছুদিন ধৰি সম্পৰ্ক নৰখাৰ অভিযোগ।
  • ইফালে প্ৰেমিকে মোবাইল অফ কৰি পলাই থকাৰ অভিযোগ।
  • তাৰ পিচতে যুৱতীগৰাকীয়ে প্ৰেমিকৰ ঘৰৰ সন্মুখত প্ৰতিবাদত বহিল।
  • ঘটনাস্হলীত মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল উপস্থিত হৈছে।
  • ইফালে প্ৰেমিকা গৰাকীক নিজৰ জিম্মাত লৈছে আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in