শেহতীয়া খবৰ
অখিল গগৈৰ মুক্তিৰ দাবীত গোৱালপাৰাত গ্ৰামীণ শ্ৰমিক সন্থাৰ প্ৰতিবাদ...  •  অখিল গগৈ কোভিড পজিটিভ, ভৰ্তি কৰা হ’ব জিএমচিএইচত...  •  বিধায়ক বলিন চেতিয়াৰ সংস্পৰ্শলৈ অহা সাংসদ প্ৰদান বৰুৱাক কোৱাৰেন্টাইন...  •  কৃষ্ণাইত শ্ৰীকান্ত ৰাভাৰ স্মৃতিত ‘পঢ়ুৱৈৰ আড্ডা’...  •  অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে গঠন কৰা হ’ব ক’ৰ কমিটী...  •  তামুলপুৰত নৈৰ বাঢ়নী পানীত থিয় হৈ ৰাইজৰ প্ৰতিবাদ...  •  গুৱাহাটীত আকৌ এসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ সম্ভাৱনা...  •  সোণৰ মাস্কৰ পাছত এইবাৰ বজাৰত হীৰাৰ মাস্কঃ দাম ৪লাখ টকা...  •  হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ  •  ১০০বছৰৰ ভিতৰত কোৰোনা হৈছে সবাতোকৈ ভয়ংকৰ স্বাস্থ্য আৰু আৰ্থিক সংকটঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ…

দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৩ গৰু সৰবৰাহকাৰী

65
  • দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
  • ৰছমাৰীৰ পৰা তিনি গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।

  • ৬ টা ম’হসহ গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী।
  • মাজ নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে অভিযান চলাইছিল।

  • ম’হ কেইটা নদী আৰু চৰ এলেকাৰে সীমান্তলৈ নিবলৈ চেষ্টা কৰিছিল।
  • দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলোৱাত সপবৰাহকাৰী কেইটা আটক হয়।

  • গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইটা ৰসিদ আলি, নজৰুল ইছলাম আৰু জাহান উদ্দীন।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি