দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৩ গৰু সৰবৰাহকাৰী

দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৩ গৰু সৰবৰাহকাৰী
  • দক্ষিণ শালমাৰাৰ ভাৰত-বাংলাদেশ সীমান্তত গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
  • ৰছমাৰীৰ পৰা তিনি গৰু সৰবৰাহকাৰী গ্ৰেপ্তাৰ।
  • ৬ টা ম'হসহ গ্ৰেপ্তাৰ তিনি গৰু সৰবৰাহকাৰী।
  • মাজ নিশা প্ৰায় ২ বজাত আৰক্ষীয়ে অভিযান চলাইছিল।
  • ম'হ কেইটা নদী আৰু চৰ এলেকাৰে সীমান্তলৈ নিবলৈ চেষ্টা কৰিছিল।
  • দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলোৱাত সপবৰাহকাৰী কেইটা আটক হয়।
  • গ্ৰেপ্তাৰ হোৱা সৰবৰাহকাৰী কেইটা ৰসিদ আলি, নজৰুল ইছলাম আৰু জাহান উদ্দীন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in