মানকাচৰত নাও দুৰ্ঘটনা, ২ কিশোৰী নিহত…

মানকাচৰত নাও দুৰ্ঘটনা, ২ কিশোৰী নিহত…
  • মানকাচৰৰ দৰুৱা গাঁৱত নাও দুৰ্ঘটনা।
  • বানৰ বাবে ঘৰে ঘৰে গৈ নাও যোগে লোকক বজাৰলৈ অনা নিয়া কৰা নাও দুৰ্ঘটনা।
  • নাও খনত আছিল ১২ জন লোক।
  • ইয়াৰে ২ কিশোৰী মৃত্যু মুখত পৰে।
  • একেটা পৰিয়ালৰ দুই কিশোৰী।
  • জানমণি আৰু যছুফে বেগম নামৰ দুই কিশোৰী প্ৰথমে নিখোজ হয়।
  • নাৱত থকা আন দহ জন কোনোমতে সাঁতুৰি উদ্ধাৰ হয়।ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in