শেহতীয়া খবৰ
তিহাৰ জেলতে পি চিদাম্বৰমৰ ৭৪ সংখ্যক জন্মদিন পালন, টুইটাৰত কলেঃ সংকটৰ দিশে দেশ, ভগৱানে ৰক্ষা কৰক...  •  কোকৰাঝাৰত ৰে'লৰ খুন্দাত গৃহৰক্ষী জোৱান নিহত...  •  কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত আছুৰ উদ্যোগত "এজন ছাত্ৰ এজোপা গছপুলি " শীৰ্ষক ব্যতিক্ৰমী অভিযান...  •  পূজাৰ অফাৰ, নতুন গাড়ী, আৰ্থিক মন্দাৱস্থা ইত্যাদি...  •  মেঘালয়ত পুনৰ ২ জন অবৈধ নাইজেৰিয়ানক গ্ৰেপ্তাৰ..  •  ৰাষ্ট্ৰীয় শক্তি উত্তোলনত অসমৰ ৪ টা স্বৰ্ণ জয়...  •  ৰিহণ দৈমাৰীৰ সপোন পূৰণ নহ’ল! আঁতৰিব ফলক, মুখ্যমন্ত্ৰীয়েহে উদ্বোধন কৰিব জনস্বাস্থ্য বিভাগৰ নৱনিৰ্মিত ভৱন...  •  দিছপুৰ প্ৰেছ ক্লাৱত বিশ্বকৰ্মা পূজাৰ আয়োজন..  •  বিশিষ্ট শিক্ষাবিদ প্ৰয়াত ডিম্বেশ্বৰ চৌধুৰীৰ সোঁৱৰণত স্মৃতিগ্ৰন্থ উন্মোচন…  •  ওদালগুৰিত পৰকীয়া প্ৰেমৰ নৃশংস পৰিণতি, মাতৃয়ে ডিঙি চেপি হত্যা কৰি জংঘলত দলিয়ালে ২১ মহীয়া কন্যা সন্তানক....

কাঁইটীয়া তাৰ কটা যন্ত্ৰসহ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰী

125
  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰীক।
  • সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ কাটি লোককেইজনে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ।

  • ইফালে লোককেইজনৰ পৰা তাৰ কটা যন্ত্ৰ পাতি উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
  • আটাইকেইজন সৰবৰাহকাৰীক বৰ্তমান ৰখা হৈছে মানকাচৰ থানাত।

  • সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে আখিৰুল ইছলাম, আব্দুল আজাদ, হাবেজ উদ্দীন, সহিদূৰ ৰহমান, মিজাণুৰ ৰহমান আৰু চান্দ মিয়া।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি