কাঁইটীয়া তাৰ কটা যন্ত্ৰসহ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰী

কাঁইটীয়া তাৰ কটা যন্ত্ৰসহ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰী
  • মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত গ্ৰেপ্তাৰ ৬ গৰুৰ চোৰাং সৰবৰাহকাৰীক।
  • সীমান্তৰ কাঁইটীয়া তাৰৰ বেৰ কাটি লোককেইজনে বাংলাদেশলৈ গৰু সৰবৰাহ কৰাৰ অভিযোগ।
  • ইফালে লোককেইজনৰ পৰা তাৰ কটা যন্ত্ৰ পাতি উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
  • আটাইকেইজন সৰবৰাহকাৰীক বৰ্তমান ৰখা হৈছে মানকাচৰ থানাত।
  • সৰবৰাহকাৰী কেইজন হৈছে ক্ৰমে আখিৰুল ইছলাম, আব্দুল আজাদ, হাবেজ উদ্দীন, সহিদূৰ ৰহমান, মিজাণুৰ ৰহমান আৰু চান্দ মিয়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in