শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

ৰূপৰ পদকতে সীমাবদ্ধ থাকিল ভাৰতীয় মহিলা বক্সাৰ মঞ্জু ৰাণী…

146
  • ৱ’ৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত ভাৰতীয় মহিলা বক্সাৰ মঞ্জু ৰাণী।
  • ৰূপৰ পদকতে সন্তুষ্ট থাকিব লাগিব বক্সাৰগৰাকী।
  • ৪৮ কেজিৰ শাখাত পৰাস্ত হয় বক্সাৰগৰাকী।
  • ৰাচিয়াৰ প্ৰতিদ্বন্দ্বী Ekaterina Paltcevaৰ হাতত পৰাস্ত হৈছে মঞ্জু ৰাণী।
  • ৪-১ৰ ব্যৱৰ্ধানত পৰাস্ত হৈছে মঞ্জু ৰাণী।
  • ৪৫-৪৮ কেজি শাখাত মঞ্জুৰাণীয়ে থাইলেণ্ডৰ ছুকমত ৰকছতক পৰাস্ত কৰি প্ৰৱেশ কৰিছিল ফাইনেলত।
  • ৪-১ পইন্টত থাইলেণ্ডৰ বক্সাৰগৰাকীক পৰাস্ত কৰিছিল মঞ্জু ৰাণীয়ে।
  • মঞ্জু ৰাণীৰ এই সফলতাই ভাৰতক আৰু এটা সোণৰ পদক অৰ্জনৰ দিশে আগুৱাই নিছিল যদিও তেওঁ অৱশেষত পৰাস্ত হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি