কাহ আৰু এজমা ৰোগত আক্ৰান্ত মনিশ তিবৰেৱালৰ পিতৃ

কাহ আৰু এজমা ৰোগত আক্ৰান্ত মনিশ তিবৰেৱালৰ পিতৃ
  • মহানগৰীৰ প্ৰথমজন কোৰোনা ভাইৰাছত আক্ৰান্ত মনিশ তিবৰেৱাল ২৮ ফেব্ৰুৱাৰীত গৈছিল দিল্লীলৈ।
  • ১ মাৰ্চত তেওঁ ঘূৰি আহিছিল দিল্লীৰ পৰা।
  • দিল্লীলৈ যোৱাৰ সময়ত তেওঁ দিল্লীত অনুষ্ঠিত হৈ থকা ইন্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰলৈ গৈছিল।
  • বৃন্দাবন ভ্ৰমণলৈও গৈছিল ব্যৱসায়ীগৰাকী।
  • তেওঁৰ পিতৃৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা পোৱা বুলি প্ৰকাশিত খবৰ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে।
  • অৱশ্যে পিতৃ কাহ আৰু এজমা ৰোগত আক্ৰান্ত হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in