শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

কাহ আৰু এজমা ৰোগত আক্ৰান্ত মনিশ তিবৰেৱালৰ পিতৃ

1,485
  • মহানগৰীৰ প্ৰথমজন কোৰোনা ভাইৰাছত আক্ৰান্ত মনিশ তিবৰেৱাল ২৮ ফেব্ৰুৱাৰীত গৈছিল দিল্লীলৈ।
  • ১ মাৰ্চত তেওঁ ঘূৰি আহিছিল দিল্লীৰ পৰা।
  • দিল্লীলৈ যোৱাৰ সময়ত তেওঁ দিল্লীত অনুষ্ঠিত হৈ থকা ইন্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰলৈ গৈছিল।
  • বৃন্দাবন ভ্ৰমণলৈও গৈছিল ব্যৱসায়ীগৰাকী।
  • তেওঁৰ পিতৃৰ দেহত কোভিড-১৯ৰ লক্ষণ দেখা পোৱা বুলি প্ৰকাশিত খবৰ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকে।
  • অৱশ্যে পিতৃ কাহ আৰু এজমা ৰোগত আক্ৰান্ত হৈ আছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি