কেনেকৈ কোৰোনাত আক্ৰান্ত হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনিশ তিবৰেৱাল…

কেনেকৈ কোৰোনাত আক্ৰান্ত হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনিশ তিবৰেৱাল…
  • কোৰোনা ভাইৰাছত আক্ৰান্ত মহানগৰীৰ মনিশ তিবৰেৱাল।
  • ব্যৱসায়ৰে জড়িত তিবৰেৱাল।
  • কিছু দিন পূৰ্বে তেওঁ গৈছিল দিল্লীলৈ।
  • স্পেনিছ গাৰ্ডেনৰ বাসিন্দা আছিল তেওঁ।
  • তেওঁৰ ঘৰ নগাঁৱত।
  • ইতিমধ্যে স্পেনিছ গাৰ্ডেনৰ পৰা তেওঁক নিয়া হৈছে এমএমচিলৈ।
  • পৰিয়ালৰ লোককো নিয়া হৈছে কোৱাৰেন্টাইনলৈ।
  • অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখৰ এই বিলাসী আবাসিক স্থানত আছে প্ৰায় ২০০টা ফ্লেট।
  • তেওঁৰ সংস্পৰ্শলৈ অহা ডিব্ৰুগড়ৰ এটা পৰিয়ালে ইতিমধ্যে স্বাস্থ্য বিভাগৰে যোগাযোগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in