শেহতীয়া খবৰ
এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ... • আৰু ৩১জনৰ দেহত কোভিড-১৯, বহিঃৰাজ্যৰ পৰা বিমানেৰে অহা ২০জন আক্ৰান্ত কোৰোনাত...

কেনেকৈ কোৰোনাত আক্ৰান্ত হ’ল মহানগৰীৰ স্পেনিছ গাৰ্ডেনৰ মনিশ তিবৰেৱাল…

100,226
  • কোৰোনা ভাইৰাছত আক্ৰান্ত মহানগৰীৰ মনিশ তিবৰেৱাল।
  • ব্যৱসায়ৰে জড়িত তিবৰেৱাল।
  • কিছু দিন পূৰ্বে তেওঁ গৈছিল দিল্লীলৈ।
  • স্পেনিছ গাৰ্ডেনৰ বাসিন্দা আছিল তেওঁ।
  • তেওঁৰ ঘৰ নগাঁৱত।
  • ইতিমধ্যে স্পেনিছ গাৰ্ডেনৰ পৰা তেওঁক নিয়া হৈছে এমএমচিলৈ।
  • পৰিয়ালৰ লোককো নিয়া হৈছে কোৱাৰেন্টাইনলৈ।
  • অসম ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখৰ এই বিলাসী আবাসিক স্থানত আছে প্ৰায় ২০০টা ফ্লেট।
  • তেওঁৰ সংস্পৰ্শলৈ অহা ডিব্ৰুগড়ৰ এটা পৰিয়ালে ইতিমধ্যে স্বাস্থ্য বিভাগৰে যোগাযোগ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি