আপৰ বাবে ভাল দিন, চিছোদিয়াৰ বাবেহে অহা নাই ভাল খবৰ…

আপৰ বাবে ভাল দিন, চিছোদিয়াৰ বাবেহে অহা নাই ভাল খবৰ…
  • পিছ পৰিছে প্ৰতাপগঞ্জত আপৰ হেভী ৱেট প্ৰাৰ্থী মণীষ চিছোদিয়া।
  • এতিয়ালৈকে গণনা হোৱা ভোটৰ সংখ্যা ৩৯,১৩৪টা।
  • আপৰ প্ৰাৰ্থী তথা দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লাভ কৰা ভোটৰ সংখ্যা ১৮,৫৯১টা।
  • বিজেপি প্ৰাৰ্থী ৰবীন্দ্ৰ সিং নেগীয়ে পাইছে ১৯,৩৩৯টা ভোট।
  • ৭৫৪টা ভোটত পিছ পৰি আছে চিছোদিয়া।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in