১৪২৭টা ভোটত পিছ পৰি আছে উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া…

১৪২৭টা ভোটত পিছ পৰি আছে উপ মুখ্যমন্ত্ৰী মণীষ চিছোদিয়া…
  • তৃতীয় ৰাউণ্ডৰ ভোট গণনাৰ অন্তত পিছ পৰি আছে দিল্লীৰ উপ মুখ্যমন্ত্ৰী তথা আপ নেতা মণীষ চিছোদিয়া।
  • নিকটতম প্ৰতিদ্বন্দ্বীতকৈ ১৪২৭টা ভোটত পিছ পৰি আছে চিছোদিয়া।
  • প্ৰতাপগঞ্জ সমষ্টিৰ পৰা দিল্লীৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল চিছোদিয়াই।
  • সমষ্টিটোত বিজেপি প্ৰাৰ্থী ৰবীন্দ্ৰ নেগী আগবাঢ়ি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in