নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত, মণিপুৰত আই পি চি ১৪৪ ধাৰা জাৰি

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত, মণিপুৰত আই পি চি ১৪৪ ধাৰা জাৰি
  • মণিপুৰত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত।
  • মঙলবাৰে ৰাজ্যসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙে উত্থাপন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক।
  • এই বিধেয়কখনৰ বিৰোধিতাৰে চিভিল ছ'চাইটিৰ বিভিন্ন সংগঠনে আৰম্ভ কৰা প্ৰতিবাদত মণিপুৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি।
  • এই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আই পি চি ১৪৪ ধাৰা জাৰি কৰা হৈছে ৰাজ্যখনৰ পূৰ্বাঞ্চলৰ জিলাসমূহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in