ভূমিকম্পই জোঁকাৰি গ’ল মণিপুৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • শনিবাৰে ভূমিকম্পই জোঁকাৰি গ'ল মণিপুৰৰ উখৰুল।
  • নিশা প্ৰায় ৮.৪০ বজাত অনুভূত হয় ভূমিকম্পটো।
  • ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য ৪.১।
  • ভূমিকম্পটোত হতাহত হোৱা নাই কোনো লোক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in