মণিপুৰত নতুনকৈ ৩ জন লোকৰ দেহত কোৰোনা…

মণিপুৰত নতুনকৈ ৩ জন লোকৰ দেহত কোৰোনা…
  • মণিপুৰত নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৩ জন লোক।
  • দেওবাৰে কোৰোনাত আক্ৰান্ত হৈছে লোককেইজন।
  • ৰাজ্যখনত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে।
  • মণিপুৰৰ স্বাস্থ্য বিভাগে এই কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in