মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক

মণিপুৰত বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক
  • মণিপুৰত শেহতীয়াকৈ বিগত ২৪ ঘন্টাত কোৰোনাত আক্ৰান্ত হৈছে ৯জন লোক।
  • ৰাজ্য চৰকাৰে এই তথ্য প্ৰকাশ কৰিছে।
  • মণিপুৰত এতিয়াও চিকিৎসাধীন হৈ আছে ৬৫৮ গৰাকী কোভিড-১৯ পজিটিভ ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যখনত এতিয়ালৈকে কোৰোনা ভাইৰাছ ধৰা পৰা মুঠ লোকৰ সংখ্যা ১৩১৬।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in