শেহতীয়া খবৰ
ৰাজনীতি ত্যাগ কৰিব ৰাজ্যৰ এগৰাকী কংগ্ৰেছ বিধায়কে! VIDEO  •  ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত আৰক্ষী থানা মুকলি…

70

ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে মণিপুৰৰ চুৰচন্দ জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত এখন আৰক্ষী থানা উদ্ধোধন কৰে মুখ্যমন্ত্ৰী বীৰেন সিঙে।

সীমান্তৰ বেহিয়াঙ্গ গাঁৱত স্থাপিত এই থানাখনৰ উদ্ধোধনী অনুষ্ঠানত মণিপুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

নতুনকৈ মুকলি হোৱা এই থানাখনে সীমান্তৰ কেইবাখনো গাঁও সামৰি লব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি