মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত আৰক্ষী থানা মুকলি…

মণিপুৰৰ ভাৰত-ম্যানমাৰ সীমান্তত আৰক্ষী থানা মুকলি…

ডিজিটেল ডেস্কঃ যোৱা সোমবাৰে মণিপুৰৰ চুৰচন্দ জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তত এখন আৰক্ষী থানা উদ্ধোধন কৰে মুখ্যমন্ত্ৰী বীৰেন সিঙে।

সীমান্তৰ বেহিয়াঙ্গ গাঁৱত স্থাপিত এই থানাখনৰ উদ্ধোধনী অনুষ্ঠানত মণিপুৰৰ জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

নতুনকৈ মুকলি হোৱা এই থানাখনে সীমান্তৰ কেইবাখনো গাঁও সামৰি লব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in