শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২০৪জন কোভিড পজিটিভ, সুস্থ হৈছে ২৯৬১জন...  •  ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে ইছলামফোবিয়া বৃদ্ধিৰ অভিযোগ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ...  •  ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দুৰ্গাপূজাস্থলীত উপস্থিত হৈ মাৰ আৰ্শীবাদ ল'লে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে...  •  চীন আৰু পাকিস্তানৰ সৈতে যুদ্ধৰ দিন থিক কৰিছে প্ৰধানমন্ত্ৰীয়েঃ বিজেপিৰ অধ্যক্ষ, উত্তৰ প্ৰদেশ...  •  চিকিৎসকৰ দৰমহা আৰু কোৰোনা ভাইৰাছ সম্পৰ্কীয় বিষয়ত মন্তব্য কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীৰ...  •  কোভিড-১৯ঃ ৰাজ্যত আকৌ ৪জনৰ মৃত্যু...  •  ৰাসতো পৰিব কোৰোনাৰ প্ৰভাৱ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  দীৰ্ঘদিনৰ অসুস্থতাৰ পাছত ঘৰলৈ উভতিল তৰুণ গগৈ...  •  চেমচাঙৰ চেয়াৰমেন লী-কুন-হিৰ মৃত্যু...

মঙলদৈ আৰক্ষীৰ বৃহৎ সাফল্য ,জব্দ কৰিলে বৃহৎ পৰিমাণৰ গাঞ্জাসহ সৰবৰাহকাৰী…

105

ডিজিটেল সংবাদ, মঙলদৈঃ প্ৰায় ২৫-৩০কেজি পৰিমানৰ গাঞ্জা তেজপুৰৰ দিশৰ পৰা গুৱাহাটী দিশলৈ লৈ গৈ থকা অৱস্থাত শনিবাৰে ৰাতিপুৱা ভাগতে মঙলদৈত গাঞ্জাৰ বাহন সহ দুজন লোকক আতক কৰে মঙলদৈ আৰক্ষীয়ে। সৰবৰাহকাৰীয়ে অভূতপূৰ্ব পদ্ধতিৰে AS 01 HC 8324 নম্বৰৰ ডিআই বাহন ত সৰবৰাহ কৰি আহিছিল গাঞ্জা খিনি ।

দেখাত খালি গাড়ী যেন লগা ডি আই বাহনৰ দালা ত ভৰাই টিন জ্বালাই কৰি এক বিশেষ কৌশলৰে আহিছিল গাঞ্জাখিনি । AS 01 HC 8324 নম্বৰৰ ডিআই বাহন খনৰ আৰক্ষীয়ে জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰী ক্ৰমে ৰেজাউল আৰু খাইৰুলক আটক কৰে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিনবন্ধু ভূঞা নেতৃত্বত মঙলদৈ আৰক্ষীয়ে । আটক হোৱা দুয়ো গৰাকী নগাঁও ৰ বটদ্ৰৱাৰ বুলি চিনাক্ত কৰা হৈছে । অবশ্যে এতিয়াও গাঞ্জা খিনিৰ যদিও ওজন আৰু মুল্য জানিব পৰা হোৱা নাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি