কোভিডত আক্ৰান্ত চোৰৰ পলায়ন চিকিৎসালয়ৰ পৰা…

কোভিডত আক্ৰান্ত চোৰৰ পলায়ন চিকিৎসালয়ৰ পৰা…
  • মঙলদৈ অসামৰিক চিকিৎসালয়ৰ পৰা শুকুৰবাৰে এজন কোভিড ৰোগীৰ পলায়ন।
  • পলায়ন কৰা কোভিড ৰোগী জন গভাইট চোৰ আব্দুল গণি।
  • মঙলদৈ থানাৰ কেচ নং ২২৯/২১ৰ ভিত্তিত আব্দুল গণিক জেললৈ প্ৰেৰণৰ আগমুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ বাবে নিয়া হৈছিল মঙলদৈ অসামৰিক চিকিৎসালয়লৈ।
  • চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ পাছত চোৰটোৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • তাৰপাছত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ কোভিড ইউনিটত ভৰ্তি কৰা হয় আব্দুল গণিক।
  • কোভিড ইউনিটৰ পৰা সুযোগ বুজি আব্দুল গণিয়ে পলায়ন কৰে।
  • মঙলদৈ আৰক্ষীয়ে গণিক বিচাৰি অভিযান আৰম্ভ কৰিছে যদিও বিচাৰি উলিয়াব পৰা নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in