শেহতীয়া খবৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

নিৰ্বাচনত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ মৃত্যু…

404

ডিজিটেল সংবাদ, মঙলদৈঃ অহা ১৮ এপ্ৰিলত হবলগীয়া ২য় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মঙলদৈ লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ আহি মৃত্যু হল এজন আৰক্ষীৰ। মৃত আৰক্ষী লোকজন হৈছে ডিব্ৰুগড়ৰ তিলক হাজৰিকা। স্বাহ্যৰ অৱনতিৰ পাছতে তিলক হাজৰিকাক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষী লোকজনৰ মৃত্যুৰ পাছতে মঙলদৈ অসামৰিক চিকিৎসালয়ত দণ্ডাধীশ আৰু আৰক্ষীৰ লোক উপস্থিত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি