নিৰ্বাচনত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ মৃত্যু…

নিৰ্বাচনত নিয়োজিত কৰ্তব্যৰত আৰক্ষীৰ মৃত্যু…

ডিজিটেল সংবাদ, মঙলদৈঃ অহা ১৮ এপ্ৰিলত হবলগীয়া ২য় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া মঙলদৈ লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনী কৰ্তব্য পালন কৰিবলৈ আহি মৃত্যু হল এজন আৰক্ষীৰ। মৃত আৰক্ষী লোকজন হৈছে ডিব্ৰুগড়ৰ তিলক হাজৰিকা। স্বাহ্যৰ অৱনতিৰ পাছতে তিলক হাজৰিকাক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰক্ষী লোকজনৰ মৃত্যুৰ পাছতে মঙলদৈ অসামৰিক চিকিৎসালয়ত দণ্ডাধীশ আৰু আৰক্ষীৰ লোক উপস্থিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in