মঙলদৈত পথ দুৰ্ঘটনাত নিহত এজন…

মঙলদৈত পথ দুৰ্ঘটনাত নিহত এজন…

ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈ বেজপাৰা চকত শুকুৰবাৰে নিশা প্ৰায় ৮.৩০ বজাত এজন চাইকেল আৰোহীক মহতিয়াই নিয়ে এখন এম্বুলেঞ্চে। চাইকেল আৰোহীজন বেজপাৰা চকৰে মুকুট হৰীয়া বুলি জানিব পৰা গৈছে।

এই ঘটনাত চৰকাৰী কৰ্মচাৰী মুকুট চহৰীয়াৰ থিতাতে নিহত হয়। তেখেতে মৃত্যুৰ সময়ত এগৰাকী কন্যা আৰু পুত্ৰ সন্তানৰ লগতে পত্নীক ইহ সংসাৰত এৰি থৈ যায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in