মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু এজনৰ…

মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা, মৃত্যু এজনৰ…
  • মঙলদৈৰ আৰেঙত পথ দুৰ্ঘটনা।
  • বৃহস্পতিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা।
  • পথৰ কাষত সংকটজনক অৱস্থাত উদ্ধাৰ স্কুটী আৰোহীক।
  • আহত লোকজনক তীৰ্থ চহৰীয়া বুলি চিনাক্ত।
  • গুৰুতৰভাবে আহত চহৰীয়াক চিকিৎসালয়ত ভৰ্তি।
  • প্রাথমিক চিকিৎসাৰ অন্তত চহৰীয়াক মৃত ঘোষণা চিকিৎসকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in