গুৱাহাটী পালেহি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ

গুৱাহাটী পালেহি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ
  • বৰঝাৰ পালেহি শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ।
  • বৰঝাৰৰ পৰা পোনে পোনে নিয়া হ'ব তামুলপুৰৰ বাসগৃহলৈ।
  • তামুলপুৰৰ কলবাৰীৰ বাসগৃহৰ সমীপত অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হ'ব শ্বহীদ জোৱানগৰাকীৰ।
  • অসমৰ চৰকাৰৰ মুখ্য সচিব, আৰক্ষী আয়ুক্তকে ধৰি কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া উপস্থিত।
  • যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলাৱামাত আত্মঘাতী বিস্ফোৰণত শ্বহীদ হৈছিল মনেশ্বৰ বসুমতাৰী।
  • বৰঝাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শ্ৰদ্ধাঞ্জলী বীৰ শ্বহীদ জোৱানগৰাকীক।
  • বিশেষ হেলিকপ্টাৰৰ জৰিয়টে তামুলপুৰলৈ নিয়া হ'ব তেওঁৰ মৃতদেহ।
  • তাৰ পিছতে সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হ'ব শেষকৃত্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in