মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছনে যোগ দিব এনপিপিত…

মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী মোস্তাক মহম্মদ মকছেদুল হাছনে যোগ দিব এনপিপিত…
  • মানকাচৰৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰা মোস্তাক মহম্মদ মকছেদুল হাছানে যোগদান কৰিব এনপিপি দলত।
  • দেওবাৰে এন পি পি দলত যোগদান কৰিব মোস্তাক মহম্মদ মকছেদুল হাছনে।
  • নিজৰ মনোনয়ন পত্ৰ বাতিল হোৱাৰ বাবে এনপিপিত যোগদান কৰিব তেওঁ।
  • এনপিপিৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে প্ৰাক্তন মন্ত্ৰী আমিনুল ইছলাম দুলাল।
  • দুলালৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাব বুলি জানিব পৰা গৈছে।
  • মানকাছৰৰ আনগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ মনোনয়ন বাতিল হৈছে।
  • তেওঁৰ নাম আখালুনা বেগম।
  • বেগম আমিনুল ইছলাম দুলালৰ ভন্টি বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in